Claim(permalink)
এয়া হ’ল বাবাৰ প্ৰকৃত চৰিত্ৰ, এঁওক ততালিকে জেলত ভৰাব লাগে যিজনে ধৰ্মৰ আঁৰত এনে ঘৃণ্য কাম কৰি থাকে, এঁওলোকক কেতিয়াও ক্ষমা কৰিব নালাগে আৰু দেশৰ সৰল সন্মানিয় জনাতায়ও এইসকলৰ পৰা শিক্ষা লৈ তেঁওলোকক ক্ষেদিবলৈ তৎপৰ হ’ব লাগে যিসকলে দেশক বদনাম কৰি আছে।
Factors
veracity
Political Leaning
Sentiment
Date published
2023-06-22

