Claim(permalink)
অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ বয়স ৬০ বছৰেই বাহাল আছে। অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে কোনো নিৰ্দেশনা জাৰি হোৱা নাই।