Claim(permalink)
ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, এয়া কৃষক আন্দোলনৰ সময়ৰ ছবি, য’ত কৃষকৰ বাচনত পুলিছৰ গুলি লাগি গ’ল।
Factors
veracity
Political Leaning
Date published
2024-02-27