Claim(permalink)
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামত আদানী গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড নামৰ এক নতুন সংস্থা গঠন হল চাগে । তলৰ বিজ্ঞাপনটোৱে কয় । এনেকৈয়ে এদিন ভাৰতৰত্নৰ চিন-মোকাম নোহোৱা হৈ যাব