Claim(permalink)
মেকআপ আৰ্টিষ্ট মৰিয়াম চালাহে ২০১৭ চনত ফ্ৰান্সৰ এক দাতব্য অনুষ্ঠান Doctors of the World ৰ চিকিৎসা প্ৰশিক্ষণ অনুশীলনত সহায় আগবঢ়াইছিল। এই অনুষ্ঠানৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে ইজৰাইল পেলেষ্টাইন সংঘাতৰ কোনো সম্পৰ্ক নাই।
Factors
veracity
Political Leaning
Emotion
Date published
2023-10-19