Claim(permalink)
এইটো এটা ৰোহিংগীয়া পৰিয়াল হয়। দিল্লীৰ বাটত থকা এজন নিঠৰুৱা। তেওঁৰ লগতে আছে তেওঁৰ 8 জন সন্তান, তিনিজনী ঘৈণীয়েক, তাৰে দুই জনী গৰ্ভৱতী। মানুহ জনৰ হাতত আছে ছেমছাং C7 প্ৰ’ মোবাইল যাৰ মূল্য মাথোঁ 29,000 টকা। তেওঁলোকৰ অৱস্থা চাই বিৰোধী পক্ষই দুখত আছে
Factors
veracity
Political Leaning
Sentiment
Date published
2022-08-24

