Claim(permalink)
মেহবুবা মুফতিৰ কন্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো ভুৱা। দাবীটোত উল্লেখ কৰা অনুসৰি ইৰতিকা মুফতিয়ে ওমকাৰা চলচ্চিত্ৰত অভিনয় কৰা নাছিল। আনগৰাকী কন্যা ইলতিজা মুফতিও আইএফএছ বিষয়া হিচাপে বৰ্তমান লণ্ডনত নাই, বৰঞ্চ ২০১৫ চনৰ পৰাই তেওঁ শ্ৰীনগৰত বাস কৰি আছে।