Claim(permalink)
ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোবোৰৰ প্ৰথমখন শিল্পীৰ সৃষ্টি, আনফালে বাকীবোৰ ফটো ইতিপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে সংগ্ৰহ কৰা ফটো। ফটোবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১ এ লোৱা শেহতীয়া ফটো নহয়।